অপৰাধঅসম

কাজিৰঙাত মৎস্য চিকাৰ! দুই প্ৰাক্তন বিধায়কক আদালতৰ কাৰাদণ্ড…

আদালতে কাৰাদণ্ড বিহা আন তিনিজন লোক হৈছে ডম্বৰুধৰ গগৈ, বাবু গগৈ আৰু তৰুণ বৰা।

দুই প্ৰাক্তন বিধায়কক আদালতৰ কাৰাদণ্ড। গোলাঘাটৰ অতিৰিক্তি জিলা, সত্ৰ ন্যায়াধীশৰ গুৰুত্বপূৰ্ণ ৰায়দান। দুই বিধায়কসহ ৫জনক কাৰাদণ্ড বিহিলে আদালতে।

বোকাখাতৰ প্ৰাক্তন বিধায়ক জীতেন গগৈ, থাওৰাৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীক কাৰাদণ্ড বিহিলে আদালতে। আদালতে কাৰাদণ্ড বিহা আন তিনিজন লোক হৈছে ডম্বৰুধৰ গগৈ, বাবু গগৈ আৰু তৰুণ বৰা।

অবৈধভাৱে মৎস্য চিকাৰৰ অভিযোগ দুয়োজনৰ বিৰুদ্ধে। ২০০৯ চনতে কাজিৰঙাত  অবৈধভাৱে মৎস্য চিকাৰ কৰিছিল আটাইকেইজনে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.