AssamCMO Assamleatest updateRegionalscamSocial

APSCৰ ADO নিযুক্তিৰ কেলেংকাৰিত ৰায়দান।

সৰ্বাধিক ১০ বছৰ পৰ্যন্ত কাৰাবাস হ’ব পাৰে অভিযুক্তৰ।

APSCৰ ADO নিযুক্তিৰ কেলেংকাৰিত ৰায়দান। ১০.৩০ বজাত বিশেষ ন্যায়াধীশৰ আদালতে দিব ৰায়দান। ৰাকেশ পালৰ সময়তে হৈছিল নিযুক্তিৰ কেলেংকাৰি। ADO কেলেংকাৰিৰ গোচৰত মূল অভিযুক্ত ৪৪জন। অভিযুক্তৰ বিৰুদ্ধে আৰোপ IPCৰ 120 (b) আৰু 420 ধাৰা। দুৰ্নীতি প্ৰতিৰোধ আইনৰো কেইবাটাও ধাৰা আৰোপ কৰা হৈছে।

সৰ্বাধিক ১০ বছৰ পৰ্যন্ত কাৰাবাস হ’ব পাৰে অভিযুক্তৰ। ২০১৭ চনত ভঙাগড় থানাত ৰুজু হৈছিল গোচৰটো। বেদান্ত বিকাশ দাস নামৰ এজনে পঞ্জীয়ন কৰিছিল গোচৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.