অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

ৰাজ্যত পুনৰ বোৱাৰীৰ ৰহস্যজনক মৃত্যু, যৌতুক বিচাৰি স্বামীৰ পৰিয়ালে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ সন্দেহ ৰাইজৰ

ৰাজ্যত পুনৰ বোৱাৰীৰ ৰহস্যজনক মৃত্যু

চাপৰৰ চৰুৱাবাখৰা গাঁৱত এই চাঞ্চল্যকৰ ঘটনা

আত্মহত্যা কৰা বোৱাৰীগৰাকীৰ নাম ইছমিতাৰা বেগম

স্বামী পৰিয়ালে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ সন্দেহ

যৌতুক বিচাৰি প্ৰায়ে স্বামী পৰিয়ালে চলাইছিল নিৰ্যাতন

ঘটনা সন্দৰ্ভত অভিযুক্ত স্বামী আজগৰ আলীক আটক

বোৱাৰী নিৰ্যাতনৰ অভিযোগত আটক শাহু আজিৰণ বিবিকো

ইছমিতাৰ পৰিয়ালে কাষ চাপিছিল শালকোছা আৰক্ষীৰ

এজাহাৰ দাখিলৰ পিছতেই আৰক্ষীয়ে আটক কৰে দুয়োকে

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.