অসমৰাজনৈতিক

৫সমষ্টিতেই  বিৰোধী শূণ্য কৰি বিজেপি মিত্ৰজোঁটৰ অগ্ৰগতি

ভৱানীপুৰত ৮০০০ৰো অধিক ভোটত আগবাঢ়ি আছে বিজেপিৰ ফণী তালুকদাৰ

৫সমষ্টিতেই  বিৰোধী শূণ্য কৰি বিজেপি মিত্ৰজোঁটৰ অগ্ৰগতি।

গোসাইগাঁৱত UPPLৰ প্ৰাৰ্থী জিৰণ বসুমতাৰী আৰু তামুলপুৰত UPPLৰ জলেন দৈমাৰীৰ অগ্ৰগতি।

মৰিয়নিত ৰূপজ্যোতি কূৰ্মীৰ অগ্ৰগতিৰ বিপৰীতে থাওৰাত বিজেপিৰ সুশান্ত বৰগোহাঁইৰ অগ্ৰগতি।

ভৱানীপুৰত ৮০০০ৰো অধিক ভোটত আগবাঢ়ি আছে বিজেপিৰ ফণী তালুকদাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.