Assamassam policeCity newsCrimeঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

কিমান নিৰ্লজ্জ হ’লে গ্ৰেপ্তাৰ হোৱাৰ পিছতো আৰক্ষীৰ বেহুৰ মাজত হাঁহি থাকিব পাৰে মানুহ?

শিখা শৰ্মা। কিমান নিৰ্লজ্জ হ’লে গ্ৰেপ্তাৰ হোৱাৰ পিছতো আৰক্ষীৰ বেহুৰ মাজত হাঁহি থাকিব পাৰে মানুহ? ঠিকেই গৰিমা গাৰ্গে কোৱাৰ দৰে মানসিক ভাৱে অস্থিৰ এই মহিলা বাৰে বাৰে সীমা চেৰাই যোৱা মন্তব্য, Social media ত post। শিখা শৰ্মাই নিজকে এগৰাকী লেখিকা আৰু বুদ্ধিজীৱী হিচাপে পৰিচয় দি ভালপায়। কিন্তু সামাজিক মাধ্যমত ধৰ্ম, জাতি, সেনা আৰু ৰাষ্ট্ৰীয় বিষয়ত উগ্ৰ, তীক্ষ্ণ আৰু বিভাজনমূলক মন্তব্য।

২০২১ চনত চট্টীশগড়ৰ মাওবাদী আক্ৰমণত নিহত শ্বহীদ জোৱানসকলক লৈও শিখা শৰ্মাই কৰিছিল এটা বিতৰ্কিত Facebook প’ষ্ট।আৰু সেই ফেচবুক প’ষ্টটোৱে ৰাজ্যজুৰি ক্ষোভৰ সৃষ্টি কৰিছিল।

জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো শান্তি নিদিলে এই বিতৰ্কিত শিখা শৰ্মাই। অসমৰ সাংস্কৃতিক প্ৰতীক জুবিন গাৰ্গৰ মৃত্যুত সমগ্ৰ ৰাজ্য শোকস্তব্ধ।শিখা শৰ্মাৰ একাধিক প’ষ্ট জুবিন গাৰ্গৰ ব্যক্তিগত জীৱন, চৰিত্ৰ, মৃত্যুৰ পৰিস্থিতিক লৈ অপমানজনক মন্তব্যৰ পিছতে এইবাৰ নীৰৱতা ভাঙিলে জুবিনৰ পৰিয়ালে।জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে Crime Branchত দাখিল কৰে এজাহাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.