দুৰ্ঘটনা

তীব্ৰগতি স্বৰ্গগতি! পাকিস্তানৰ বেলুচিস্তানত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ২২জন…

প্ৰথমতে ১৮জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় যদিও পৰৱৰ্তী সময়ত মৃত্যুমুখত পৰা লোকৰ সংখ্যা ২২জনলৈ বৃদ্ধি পায়।

পাকিস্তানৰ বেলুচিস্তানত ভয়ংকৰ পথ দুৰ্ঘটনা। বুধবাৰে, এখন যাত্ৰীবাহী ভান দুৰ্ঘটনাত পতিত হোৱাত মৃত্যুমুখত পৰে শিশু-মহিলাসহ কেইবাজনো লোক। পাহাৰৰ পৰা শ শ ফুট তলৰ দ খাৱৈত বাগৰি পৰে তীব্ৰবেগী বাহনখন।

 

 

পাকিস্তানৰ কিল্লা চাইফুল্লাহ জিলাত ১৫৭২ মিটাৰ উচ্চতাত থকা এটা পাহাৰীয়া অঞ্চলত সংঘটিত হোৱা দুৰ্ঘটনাটোত মৃত্যুমুখত পৰে ২২জন লোক। চালকে বাহনৰ গতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবেই সংঘটিত হয় এই দুৰ্ঘটনা। প্ৰথমতে ১৮জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় যদিও পৰৱৰ্তী সময়ত মৃত্যুমুখত পৰা লোকৰ সংখ্যা ২২জনলৈ বৃদ্ধি পায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.