অসমগুৱাহাটীদৈনিক বাতৰিপৰ্যটনভাৰতমনোৰঞ্জনসংস্কৃতিসাহিত্য

বস্ত্ৰ নগৰী শুৱালকুছিত উপস্থিত G-20 ৰ প্ৰতিনিধি বৰ্গৰ দল

শুৱালকুছিৰ গন্ধমৌ ফাটনাস্থিত পাট মুগাৰ ফাৰ্ম ‘মাৰভেলা’ পৰিদৰ্শন কৰে প্ৰতিনিধিৰ দলটোৱে। 

বস্ত্ৰ নগৰী শুৱালকুছিত পুৱাই উপস্থিত G-20 ৰ এটা প্ৰতিনিধি বৰ্গৰ দল।

শুৱালকুছিৰ গন্ধমৌ ফাটনাস্থিত পাট মুগাৰ ফাৰ্ম ‘মাৰভেলা’ পৰিদৰ্শন কৰে প্ৰতিনিধিৰ দলটোৱে।

প্ৰতিনিধিৰ দলটোত স্পেইন, দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, ফ্ৰান্স আদিকে ধৰি আৰু কেইবাখনো দেশৰ মুঠ ২৯ গৰাকী প্ৰতিনিধি উপস্থিত থাকে।

প্ৰতিনিধিসকলে ক্ৰয় কৰিলে শুৱালকুছিৰ শিপিনীয়ে নিজ হাতেৰে তৈয়াৰ কৰা পাট আৰু মুগাৰ বস্ত্ৰও।

শুৱালকুছিত উৎপাদিত বস্ত্ৰ পৰিদৰ্শন কৰি অভিভূত হৈ পৰে বিদেশী প্ৰতিনিধিসকল।

আনফালে, বড়ো জনগোষ্ঠীৰ বাগৰুম্বা নৃত্য শিল্পী সকলৰ সৈতে একেলগে নৃত্য কৰি আনন্দত আপ্লুত হৈ পৰে এগৰাকী বিদেশী পৰ্যটক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.