অসমদৈনিক বাতৰিভাৰত

পঞ্জাৱৰ লুধিয়ানাত গেছ নিৰ্গমন হৈ মৃত্যু ১১জনৰ

পঞ্জাৱৰ লুধিয়ানাত গেছ নিৰ্গমন হৈ মৃত্যু ১১জনৰ

পঞ্জাৱৰ লুধিয়ানাত গেছ নিৰ্গমন হৈ ১১জনৰ মৃত্যু

নিহত ভিতৰত ২ শিশুসহ ৫গৰাকী মহিলা, ৪জন পুৰুষ

এটা ফেক্টৰীৰ পৰা নিৰ্গত হয় বিষাক্ত গেছ

গেছ নিৰ্গমনৰ ফলত অচেতন হৈ পৰিছে ১২গৰাকী লোক

লুধিয়ানাৰ গিয়াছপুৰা এলেকাত সংঘটিত এই ঘটনা

ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনী, উদ্ধাৰকাৰী দল

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.