অপৰাধঅসম

৪৪ বছৰীয়া লম্পটৰ বলি হ’ল ১২ বছৰীয়া কণমানি

পলাতক ধৰ্ষণকাৰী

সভ্য সমাজক লজ্জানত কৰি চামগুৰিত পুনৰ সংঘটিত হ’ল ঘৃননীয় ধৰ্ষণ কাণ্ড। ৪৪ বছৰীয়া এটা লম্পটৰ কামনাৰ বলি হ’ল ১২ বছৰীয়া এজনী কণমানি৷

বগামুখৰ চালেহ আহমেদ নামৰ ধৰ্ষণকাৰীটোৱে চিলনী চুৰৰ দৰে কণমানিজনীক ৰাস্তাৰ পৰা থপিয়া নি এটা গুদামঘৰত সোমোৱাই নিৰ্লজ্জভাৱে কৰিলে ধৰ্ষণ৷

কণমানিজনীৰ মাতৃয়ে চামগুৰি আৰক্ষী থানাত লম্পট চালেহৰ বিৰুদ্ধে উত্থাপন কৰিছে অভিযোগ৷

ঘটনা সংঘটিত কৰিয়েই পলাতক অভিযুক্ত৷ আৰক্ষীয়ে কনমানিজনীৰ স্বাস্থ্য পৰীক্ষাৰ কৰোৱাৰ লগতে অভিযুক্তক বিচাৰি অব্যাহত ৰাখিছে তীব্ৰ অনুসন্ধান ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.