অসমদৈনিক বাতৰি

লখিমপুৰৰ লালপানীত ৰাইজৰ দুৰ্ভোগ, এটা পুলে সমস্যাত পেলাইছে অঞ্চলবাসীক

লখিমপুৰৰ লালপানীত ৰাইজৰ দুৰ্ভোগ, এটা পুলে সমস্যাত পেলাইছে অঞ্চলবাসীক

লখিমপুৰৰ লালপানীত ৰাইজৰ দুৰ্ভোগ। এটা পুলে সমস্যাত পেলাইছে অঞ্চলবাসীক। খীৰতি গাইলৈ পৰিণত থৌ থৌৱানী গাঁও পঞ্চায়ত। পুলৰ বৃহৎ অংশ খহি পৰাত যাতায়াতত দুৰ্ভোগ।পঞ্চায়ত কৰ্মচাৰীৰ হেমাহিৰ অভিযোগ ৰাইজৰ।

লখিমপুৰ জিলাৰ লালপানী গোহাঁই গাঁৱত এটা পুলৰ বৃহৎ অংশ খহি পৰাকলৈ সমস্যাত পৰিছে বৃহত্তৰ লালপানী অঞ্চলৰ ৰাইজ। বগীনদী উন্নয়ন খণ্ডৰ অধিনত থৌ থৌৱানী গাওঁ পঞ্চায়ত অন্তৰ্গত লালপানী গোহাঁই গাঁৱৰ পুলটোৰ বৃহৎ অংশ খহি পৰাকলৈ আজি লালপানীবাসী উলাই আহি এক প্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰে। পঞ্চায়ত কৰ্তৃপক্ষৰ হেমাহী তথা দুৰ্নীতিৰ বাবে অঞ্চলবাসী সমস্যাত পৰাৰ গুৰুতৰ অভিযোগ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.