অপৰাধঅসমঅসম আৰক্ষী

ছাত্ৰীৰ ৰহস্যজনক আত্মহত্যা! চুইচাইড নোটে সৃষ্টি কৰিছে আধিক চাঞ্চল্যৰ… কি লিখি থৈ গ’ল চুইচাইড নোটত?

দেউতাকৰ মানসিক অত্যাচাৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ

ছাত্ৰীৰ ৰহস্যজনক আত্মহত্যাই জোকাৰিছে শুৱালকুছি। কলিতা মন্দিৰ অঞ্চলত এই আত্মহত্যাৰ ঘটনা। এগৰাকী অষ্টম শ্ৰেনীৰ ছাত্ৰীৰ ৰহস্যজনক আত্মহত্যাপিতৃৰ মানসিক অত্যাচাৰৰ বাবে আত্মহত্যাৰ সন্দেহ।

ছাত্ৰীগৰাকীয়ে লিখি থৈ যায় এখন চুইচাইড নোট।

দেউতাকৰ মানসিক অত্যাচাৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ চুবুৰীয়াৰ। নিশা শুৱালকুছি কলিতা মন্দিৰ অঞ্চলত নিজ বাসগৃহত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল ছাত্ৰীগৰাকী৷ শুৱালকুছি কালিৰাম কালিকৰ হাইস্কুলৰ অষ্টম শ্ৰেণীত অধ্যয়নত আছিল ছাত্ৰগৰাকী৷

আত্মহ্যাৰ পাছত ছাত্ৰীগৰাকীৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে এখন চুছাইড নোট৷ ছুইছাইড নোটত উল্লেখ কৰা ছাত্ৰীগৰাকীৰ আত্মহত্যাত ‘দেউতাৰ কোনো হাত নাই’ এই বাক্য শাৰীয়ে সৃষ্টি কৰিছে অধিক ৰহস্যৰ।

পিতৃৰ মানসিক নিৰ্যাতনৰ বলি হৈছিল ছাত্ৰীগৰাকী এই অভিযোগ স্থানীয় প্ৰতিবেশীৰ৷ ঘটনাস্থলীত উপস্থিত শুৱালকুছি আৰক্ষী আৰম্ভ কৰিছে তদন্ত৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.