অসমঅসম আৰক্ষীপৰিৱেশ

বিশ্ব পৰিবেশ দিৱসত HDFC বেংকৰ বিশেষ পদক্ষেপ…

'ভাল ভৱিষ্যতৰ বাবে ইন্ধন'

বিশ্ব পৰিবেশ দিৱসত HDFC বেংকৰ বিশেষ পদক্ষেপ।

ৰবিবাৰৰ পৰা গুৱাহাটীৰ এবিচি পইণ্টত আৰম্ভ হৈছে বিশ্ব পৰিবেশ দিৱসৰ আয়োজন। য’ত মুল বিষয়বস্তু আছিল ‘ভাল ভৱিষ্যতৰ বাবে ইন্ধন’।

যান-বাহনৰ চালক আৰু যাত্ৰীৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে পৰিৱেশৰ ওপৰত কেনেদৰে গুৰুত্ব আৰোপ কৰিব পাৰি তাৰ বাবে বিভিন্ন সজাগতামুলক কাৰ্যসুচীৰ লগতে এখন বাট নাটকো আয়োজন কৰা হয়।

ট্ৰেফিক চিগনেলত অপেক্ষা কৰোতে ইন্ধন কেনেদৰে ৰাহি কৰিব পাৰি আৰু কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস কৰিব পাৰি সেই সমপৰ্কেও অনুষ্ঠানত আলোচনা কৰা হয়। অনুষ্ঠানটোত ফ্লেগ অফ কৰা হয় এইচ ডি এফ চি বেংক লিমিটেডৰ উত্তৰ-পূবৰ চক্ৰ মুৰব্বী শ্ৰী প্ৰেমজিৎ কোঁৱৰ, ভাৰপ্ৰাপ্ত বিষয়া শ্ৰী হৰজিৎ দাস ডাঙৰীয়াৰ দ্বাৰা।

অনুষ্ঠানটো সুকলমে অনুষ্ঠিত হোৱাত সহায় কৰে গুৱাহাটী ট্ৰেফিক আৰক্ষীয়ে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.