অৰ্থনৈতিকঅসম

অৱশেষত ১০০ টকা অতিক্ৰম কৰিলে পেট্ৰ’লৰ দামে

গ্ৰাহকৰ মুৰত উপৰ্যোপৰি মাধমাৰ

গ্ৰাহকৰ মুৰত উপৰ্যোপৰি মাধমাৰ। অৱশেষত ১০০ টকা অতিক্ৰম কৰিলে পেট্ৰ’লৰ দামে।

নাৰায়ণপুৰ, বিহপুৰীয়াত এতিয়া পেট্ৰ’লৰ মূল্য ১০০.৪৭ টকা হোৱাৰ বিপৰীতে ডিজেলৰ দাম হ’লগৈ ৯২.৪৭টকা।

দাম বৃদ্ধিক লৈ গ্ৰাহকৰ মাজত সৃষ্টি হৈছে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া।

গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯৯.১৫ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ দাম ৯১.৩১ টকা হ’লগৈ

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + twenty =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.