অপৰাধঅসমস্বাস্থ্য

হৃদৰোগত আক্ৰান্ত হৈছে DIG ৰৌনক আলী হাজৰিকা

GMCHত চিকিৎসাধীন হৈ আছে  ৰৌনক আলী

হৃদৰোগত আক্ৰান্ত হৈছে DIG ৰৌনক আলী হাজৰিকা। GMCHত চিকিৎসাধীন হৈ আছে  ৰৌনক আলী।

১০ দিনৰ বাবে ন্যায়িক জিম্মালৈ লোৱা হৈছিল ৰৌনক আলী হাজৰিকাক। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে  জিম্মাত ৰাখিছিল DIG ৰৌনক আলীক।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight + twenty =

Back to top button