AssamCity newsঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতশিল্পী

সন্ধানহীন… ২৪ ঘণ্টা উকলাৰ পিছতো কোনো সন্ধান নাই বিশিষ্ট সংগীত শিল্পী ৰমেন বৰুৱাৰ

সন্ধানহীন বিশিষ্ট শিল্পী ৰমেন বৰুৱা

সোমবাৰৰ দিনৰ ১০ বজাৰ পৰাই সন্ধানহীন

২৪ ঘণ্টা উকলাৰ পিছতো সন্ধান নাই ৰমেন বৰুৱাৰ

লতাশিলৰ গণেশ মন্দিৰলৈ ওলাই গৈছিল তেওঁ

মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিলে উদ্বেগ

আৰক্ষী আয়ুক্তক ক্ৰুটি নৰখাকৈ ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াৰ উপস্থিতিত চলিছে অভিযান

বিভিন্ন স্থানৰ CCTV ফুটেজ সংগ্ৰহ আৰক্ষীৰ

শিল্পীগৰাকীক লৈ উদ্বিগ্ন অগনন অনুৰাগী

পুৱাৰে পৰা ব্ৰহ্মপুত্ৰৰ বুকুত SDRF-NDRFৰ অভিযান

ব্ৰহ্মপুত্ৰৰ পাৰত পোৱা গৈছে শিল্পীগৰাকীৰ খোজৰ চিহ্ন

নৈৰ পাৰৰ বজাৰখনত আমলখি কিনি খাইছিল শিল্পীগৰাকীয়ে

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.