অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিবিশ্ব

উত্তৰ আফ্ৰিকাৰ লিবিয়াত প্ৰকৃতিৰ মহাপ্ৰলয়, এইপৰ্যন্ত নিহতৰ সংখ্যা ৫,৩০০লৈ বৃদ্ধি

উত্তৰ আফ্ৰিকাৰ লিবিয়াত প্ৰকৃতিৰ মহাপ্ৰলয়

বান-ধুমুহাৰ ফলত বান্ধ ছিগি জলস্ৰোত

এইপৰ্যন্ত নিহতৰ সংখ্যা ৫,৩০০লৈ বৃদ্ধি

এতিয়াও সন্ধানহীন দহ হাজাৰৰো অধিক লোক

লিবিয়াত জৰুৰীকালীন অৱস্থা ঘোষণা দেশখনৰ প্ৰধানমন্ত্ৰীৰ

৩ দিনৰ বাবে ৰাষ্ট্ৰীয় শোক ঘোষণা

এনেদৰে মুষলধাৰ বৰষুন অব্যাহত থাকে তেনেহ’লে পুনৰবাৰ পৰিস্থিতিয়ে অধিক ভয়াৱহ ৰূপ লোৱাৰ আশংকা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী ওছামা হামাদে। যাৱতীয় পৰিস্থিতিৰ সৈতে মোকামিলা কৰিবলৈ তৎপৰ হৈ পৰিছে স্থানীয় প্ৰশাসন। সন্ধানহীন লোকক উদ্ধাৰৰ বাব অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলৰ অভিযান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 5 =

Back to top button