অভিনয়বলিউডভাৰতস্বাস্থ্য

৭১ বছৰীয়া নাছিৰুদ্দিন শ্বাহ ‘ওনোমাটোমেনিয়া’ৰ সৈতে যুঁজ দি আছে

সাক্ষাৎকাৰটোত, তেওঁ কৈছিল যে, তেওঁ ওনোমাটোমেনিয়াৰ বাবে সুখত জীয়াই থাকিব পৰা নাই আৰু বাৰে বাৰে তেওঁ কথাবোৰ পুনৰাবৃত্তি কৰি থাকে ।

৭১ বছৰীয়া নাছিৰুদ্দিন শ্বাহে ‘ওনোমাটোমেনিয়া’ নামৰ এটা ৰোগৰ সৈতে যুঁজি আছে। শেহতীয়া এক সাক্ষাৎকাৰত, তেওঁ এই তথ্য কৰিছে।

সাক্ষাৎকাৰটোত, তেওঁ কৈছিল যে, তেওঁ ওনোমাটোমেনিয়াৰ বাবে সুখত জীয়াই থাকিব পৰা নাই আৰু বাৰে বাৰে তেওঁ কথাবোৰ পুনৰাবৃত্তি কৰি থাকে ।

নাছিৰুদ্দিন শ্বাহে কয়, “মই ওনোমাটোমেনিয়া নামৰ ৰোগত ভুগি আছো। মই ধেমালি কৰা নাই। এইটো এটা মেডিকেল কণ্ডিশ্যন। আপুনি ইয়াক ডিকশনেৰীত চেক কৰিব পাৰে।’

তেওঁ লগতে কয়, “ওনোমাটোমেনিয়া হৈছে এক ৰোগ য’ত আপুনি কোনো কাৰণ নোহোৱাকৈ এটা শব্দ, বাক্য, কবিতা বা বক্তব্য পুনৰাবৃত্তি কৰি থাকে। মাত্ৰ আপুনি সেয়া শুনি থাকিবলৈ বিচাৰে। আনকি যেতিয়া মই শুই থাকো তেতিয়াও মই ভাল পোৱা শব্দবোৰ কওঁ।’

নাছিৰুদ্দিন শ্বাহক শেহতীয়াকৈ শ্বাহিদ কাপুৰৰ ভগ্নীৰ বিয়াত দেখা গৈছিল। য’ত তেওঁ পত্নী ৰত্না পাঠক শ্বাহৰ সৈতে উপস্থিত আছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.