অপৰাধঅসম

উত্তপ্ত তিনিচুকীয়াঃ আৰক্ষীৰ গুলীত গুলীবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী

তিনিচুকীয়া চিকিৎসালয়ত ভৰ্তি গুলীবিদ্ধ ড্রাগছ সৰবৰাহকাৰীক

◼️তিনিচুকীয়াৰ বাইপাছত আৰক্ষীৰ গুলীচালনা

◼️ড্রাগছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী

◼️আৰক্ষীৰ গুলীত আহত দুই ড্রাগছ সৰবৰাহকাৰী

◼️গুলীবিদ্ধ লোক দুজন নাগালেণ্ডৰ অপেন নুলী আৰু অমৰ দাস

◼️আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ খোজোতেই গুলীচালনা

◼️তিনিচুকীয়া চিকিৎসালয়ত ভৰ্তি গুলীবিদ্ধ ড্রাগছ সৰবৰাহকাৰীক

◼️আহত দুই সৰবৰাহকাৰীৰ পৰা বৃহৎ পৰিমাণৰ ড্রাগছসহ জব্দ বাহন

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − 6 =

Back to top button