আন্তঃৰাষ্ট্ৰীয়ৰাজনৈতিক

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই আজি ১৩ দিন অতিক্ৰম কৰিলে! কি পৰিস্থিতি যুদ্ধৰ?

যুদ্ধ বিৰতিৰ বাবে চলা তৃতীয় লানি আলোচনাও বিফল

◾অব্যাহত আছে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ

◾১৩ দিন অতিক্ৰম কৰিলে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ

◾যুদ্ধ বিৰতিৰ বাবে চলা তৃতীয় লানি আলোচনাও বিফল

◾বেলাৰুছ, পোলেণ্ড সীমান্তত ৩ খনকৈ যুদ্ধ বিৰতিৰ আলোচনা

◾সোমবাৰে সাধাৰণ নাগৰিকৰ বাবে মুকলি কৰা হৈছিল গ্ৰীণ ক’ৰিডৰ

◾মঙলবাৰেও গ্ৰীণ ক’ৰিডৰ মুকলি ৰখাৰ ঘোষণা ৰাছিয়াৰ

◾যুদ্ধত আৱদ্ধ সাধাৰণ নাগৰিকক উদ্ধাৰৰ বাবে গ্ৰীণ ক’ৰিডৰ

◾ছুমী, খাৰকীভ, কীয়েভ, মাৰিঅ’পল, ছেৰ্নহীবত যুদ্ধ বিৰতি ঘোষণা

◾যুদ্ধৰ ভয়াবহতাত আতংকিত ইউক্ৰেইনৰ নাগৰিকৰ পলায়ন অব্যাহত

◾ইপিনে ইউক্ৰেইনৰ দাবী যুদ্ধত নিহত ৰাছিয়াৰ মেজৰ জেনেৰেল

◾খাৰকীভ সীমান্তত মেজৰ জেনেৰেল বিটেলি গোৰাচিম’ভ নিহত

◾ৰাছিয়াৰ দাবী পৰমাণু বোমা নিৰ্ণানত ব্যস্ত হৈছে ইউক্ৰেইন

◾যুদ্ধ বিৰতিৰ মাজতে ৰাছিয়াৰ আক্ৰমণত দুই শিশু সহ ৮ নাগৰিকৰ মৃত্যু

◾যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা অব্যাহত ভাৰতীয়ৰ উদ্ধাৰ অভিযান

◾মঙলবাৰৰ পুৱাৰ ভাগলৈ উদ্ধাৰ ১৭,৪০০ ভাৰতীয়

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + 15 =

Back to top button