leatest updateঅসমদৈনিক বাতৰি

ৰাজ্য়ত বানৰ কবলত পৰি মৃত্যু এজন লোকৰ।

ৰাজ্যৰ কেইবাখনো জিলাত বানে লৈছে ভয়ংকৰ ৰূপ।

ৰাজ্যত বানে লৈছে সংহাৰি ৰূপ। খেতি-মাটি, ঘৰ- দুৱাৰ সকলো হেৰুৱাই দিশহাৰা হৈ পৰিছে ভুক্তভোগী। শেহতীয়া বানত মৃত্যু হৈছে এজন লোকৰ। গোৰেশ্বৰত বানৰ কবলত পৰি বাৰিষাৰ প্ৰথমটো বানত প্ৰথমজনৰ মৃত্যু।

উল্লেখ্য যে, এই বানে সৰ্বাধিক ক্ষতিগ্ৰস্ত কৰিছে নলবাৰী জিলাত। কোকৰাঝাৰ, ধুবুৰী, দৰং, লখিমপুৰ, ধেমাজি, চিৰাং, ডিব্ৰুগড় আৰু কামৰূপ জিলাতো বানে লৈছে ভয়ংকৰ ৰূপ। বিভিন্ন স্থানত বাঢ়নী পানীয়ে ভাঙিছে মথাউৰি। আনহাতে বহু আশ্ৰয় শিবিৰত বানাক্ৰান্ত খাদ্য আৰু পানীৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + nineteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.