অসমআঞ্চলিকজীৱনশৈলীদৈনিক বাতৰি

ৰাজ্যত বলৱৎ হ’ল ভাড়া ঘৰ সম্পৰ্কীয় নতুন আইন

 এতিয়াৰে পৰা চুক্তিপত্ৰৰ দ্বাৰাহে ঘৰ ভাড়াত দিব পাৰিব গৰাকীয়ে

ৰাজ্যত বলৱৎ হ’ল ভাড়া ঘৰ সম্পৰ্কীয় নতুন আইন।

এতিয়াৰে পৰা চুক্তিপত্ৰৰ দ্বাৰাহে ঘৰ ভাড়াত দিব পাৰিব গৰাকীয়ে।  ঘৰ ভাড়াত দিলে কিমান টকাত ভাড়া দিছে, কাক ভাৰা দিছে সকলো জনাব লাগিব চৰকাৰক। জনাব লাগিব মালিক আৰু ভাড়াতীয়াৰ PAN, আধাৰ নম্বৰ

চৰকাৰে এটা ইউনিক আইডেণ্টিফিকেচন নাম্বাৰ দিব। চুক্তিপত্ৰখন আপলোড কৰা হ’ব চৰকাৰী ৱেবচাইটত।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.