অসমআঞ্চলিক

জনতাৰ মূৰত ৰাম টাঙোন, ৰাজ্যত পুনৰ বৃদ্ধি ইন্ধনৰ মূল্য!

পেট্ৰল, ডিজেলৰ পাছতে ইন্ধনৰ মূল্য বৃদ্ধিয়ে বিপদত পেলাইছে সাধাৰণ জনতাক

মূল্য় বৃদ্ধিৰ জোৱাৰ উঠিছে ৰাজ্যত। সাধাৰণ জনতাৰ ওপৰত ৰাম টাঙোন শোধাই পুনৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য। বৃদ্ধি পালে পেট্ৰ’ল, ডিজেলৰ মূল্য।

মঙলবাৰে নিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি লিটাৰ পেট্ৰ’লত ২০ পইচা আৰু ডিজেলত বৃদ্ধি পালে ২৫ পইচা। আজিৰ দিনটোত গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম ৯৭.২৬ টকা আৰু ইয়াৰ বিপৰীতে ডিজেলৰ মূল্য ৮৮.৯৮ টকালৈ বৃদ্ধি।

পেট্ৰল, ডিজেলৰ পাছতে ৰন্ধন গেছৰ মূল্য বৃদ্ধিয়ে এতিয়া বিপদত পেলাইছে সাধাৰণ জনতাক। অৱশ্যে, মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.