Assamleatest updateSocial

লোকসভাত গৃহীত হ’ল বহুচৰ্চিত মহিলা আৰক্ষণ বিধেয়ক।

দেশৰ সংসদীয় ইতিহাসত ৰচনা হ'ল এক নতুন ইতিহাস।

লোকসভাত গৃহীত হ’ল বহুচৰ্চিত মহিলা আৰক্ষণ বিধেয়ক। প্ৰায় ৮ ঘণ্টাজোৰা বিতৰ্কৰ অন্তত গৃহীত হয় বিধেয়কখন। বিধেয়কখনৰ সপক্ষে শাসক বিৰোধী উভয় পক্ষৰ ৪৫৪গৰাকী সাংসদে ভোট প্ৰদান কৰি দেশৰ সংসদীয় ইতিহাসত ৰচনা কৰে এক নতুন ইতিহাস।

বিধেয়কখনৰ বিপক্ষে মাত্ৰ দুগৰাকী সাংসদহে থিয় দিয়ে। কাইলৈ এই গুৰুত্বপূৰ্ণ বিধেয়কখন ৰাজ্যসভাৰ মজিয়াত উত্থাপন কৰা হ’ব। এই বিধেয়কখন অনুসৰি ৩৩ শতাংশ আসন সংৰক্ষিত হ’ব মহিলাৰ বাবে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.