Assamleatest updatenationalঅসমভাৰত

কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ৰ বৃহৎ ঘোষণা, ভাৰতীয় মল্লযোদ্ধা সংঘৰ নতুন কমিটী নিলম্বন

কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ৰ বৃহৎ ঘোষণা, ভাৰতীয় মল্লযোদ্ধা সংঘৰ নতুন কমিটী নিলম্বন...

কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ৰ বৃহৎ ঘোষণা

ভাৰতীয় মল্লযোদ্ধা সংঘৰ নতুন কমিটী নিলম্বন

দেওবাৰে ক্ৰীড়া মন্ত্ৰালয়ে নিলম্বন কৰে নৱগঠিত কমিটী

প্ৰাক্তন বিতৰ্কিত অধ্যক্ষ ব্ৰজভূষণৰ ঘনিষ্ঠ সঞ্জয় সিং হৈছিল নতুন অধ্যক্ষ

বিগত ১১ মাহ ধৰি ব্ৰজভূষণ কাণ্ডই জোকাৰিছে দেশৰ ক্ৰীড়াক্ষেত্ৰ

ব্ৰজভূষণৰ বিৰুদ্ধে উত্থাপিত হৈছিল যৌন নিৰ্যাতনৰ অভিযোগ

ব্ৰজভূষণ আৰু তেওঁৰ ঘনিষ্ঠৰ বিৰুদ্ধেও প্ৰতিবাদমুখৰ দেশৰ মল্লযোদ্ধা

সঞ্জয় সিঙৰ নিৰ্বাচনৰ বিৰুদ্ধেও সৰৱ দেশৰ মল্লযোদ্ধা

অলিম্পিকৰ খিতাপ দখল কৰা সাক্ষী মালিকে ত্যাগ কৰিছে ক্ৰীড়াক্ষেত্ৰ

বিতৰ্কিত WFIৰ বিৰুদ্ধে প্ৰতিবাদত পদ্মশ্ৰী বঁটা উভতাইছে বজৰংগ পুণিয়াই

শেহতীয়া বিতৰ্কক লৈ ক্ৰীড়া মন্ত্ৰালয়ে নিলম্বন কৰে WFIৰ নতুন কমিটী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.