Assamleatest updateSocial

অসমীয়া ছবি ‘সক্ষম’লৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বঁটা।

১৩৭খন ছবিৰ ভিতৰত দ্বিতীয় স্থান দখল ‘সক্ষম’ৰ

অসমীয়া ছবি ‘সক্ষম’লৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বঁটা
ভৱানী দলে টাহুৰ পৰিচালনাত নিৰ্মিত ছবিখন
ছুটি ছবি প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছিল ১৩৭খন ছবি
১৩৭খন ছবিৰ ভিতৰত দ্বিতীয় স্থান দখল ‘সক্ষম’ৰ
ইণ্টাৰনেচনেল চৰ্ট ফিল্ম ফেষ্টিভেললৈও মনোনীত ‘সক্ষম’


চুটি ছবিখনত বিশেষভাৱে সক্ষম ধেমাজী জিলাৰ চিলাপথাৰ নতুন মিচিং দ:লুঙৰ ত্ৰিনয়ন দলে আৰু বেবীলতা দলেৰ প্ৰথম পুত্ৰ মিগম দলেই মূখ্য ভূমিকাত অভিনয় কৰিছে | বিশেষভাৱে সক্ষম লোকসকলৰ প্ৰতি মানুহৰ বৈষম্য মনোভাৱৰ ওপৰত কাহিনী দেখুওৱা হৈছে | অক্ষমতা সমস্যা নহয়, মানুহে তেনে ব্যক্তিৰ সক্ষমতা দেখা নোপোৱাটোহে সমস্যা, এই মেছেজটো এই চিনেমাখনৰ জৰিয়তে বাৰ্তা দিব বিচৰা হৈছে |

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.