অসমখেলদৈনিক বাতৰিভাৰত

আজি কোকৰাঝাৰত ঐতিহাসিক ডুৰাণ্ড কাপৰ মেচ, কোকৰাঝাৰৰ ছাই ক্ৰীড়া ক্ষেত্ৰত অনুষ্ঠিত হ’ব মেচ

আজি কোকৰাঝাৰত ঐতিহাসিক ডুৰাণ্ড কাপৰ মেচ, কোকৰাঝাৰৰ ছাই ক্ৰীড়া ক্ষেত্ৰত অনুষ্ঠিত হ’ব মেচ

আজি কোকৰাঝাৰত ঐতিহাসিক ডুৰাণ্ড কাপৰ মেচ

কোকৰাঝাৰৰ ছাই ক্ৰীড়া ক্ষেত্ৰত অনুষ্ঠিত হ’ব মেচ

গৌৰৱময় মুহূৰ্তৰ সাক্ষী হ’বলৈ সাজু কোকৰাঝাৰবাসী

মুখামুখি হ’ব বড়োলেণ্ড এফ চি VS ৰাজস্থান এফ চি

ৰোমাঞ্চকৰ মেচৰ আশাৰে ক্ৰীড়ানুৰাগীৰ মাজত ব্যাপক উছাহ

উদ্বোধনী খেলত উপস্থিত থাকিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও

বহুসংখ্যক গণ্যমান্য ব্যক্তিকে ধৰি সেনাপ্ৰধানো থাকিব উপস্থিত

বহু VVIPৰ উপস্থিতিৰে জীপাল হ’ব ষ্টেডিয়াম

কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে ছাই ষ্টেডিয়ামত

উদ্বোধনী অনুষ্ঠানত সুখয় বিমান, হেলিকপ্টাৰেৰে এয়াৰ শ্ব’

বিভিন্ন জাতি–জনগোষ্ঠীৰ সংস্কৃতিৰ ঘটিব সমাহাৰ

দিনৰ ১২.৩০ বজাৰ লগে লগে বন্ধ হৈ পৰিব ষ্টেডিয়ামৰ দুৱাৰ

হাজাৰ হাজাৰ ক্ৰীড়াপ্ৰেমীৰ কাউণ্টাৰৰ সন্মুখত দীঘলীয়া শাৰি

উল্লেখ্য যে বড়োলেণ্ডৰ গৌৰৱময় ফুটবল ইতিহাসৰ নৱতম যাত্ৰাক নতুন ৰূপ দিয়াৰ লক্ষ্যৰে কোকৰাঝাৰৰ ছাই ক্ৰীড়া ক্ষেত্ৰত অনুষ্ঠিত হ’ব এই ঐতিহাসিক ডুৰাণ্ড কাপ ফুটবল। ভাৰতীয় সেনা বাহিনীয়ে আয়োজন কৰা এছিয়া মহাদেশৰ প্ৰথম ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা উপলক্ষে ইতিমধ্যে ছাই ক্ৰীড়া ষ্টেডিয়াম আটকধুনীয়াকৈ সজাই তোলা হৈচে। খেল সুকলমে অনুষ্ঠিত কৰাৰ বাবে তৎপৰ হৈ পৰিছে প্ৰশাসনৰ বিষয়ববীয়া।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.