অসমচিকিৎসাদৈনিক বাতৰি

চিকিৎসালয়তে সুৰাপান কৰি নিলম্বিত ২ চিকিৎসক, চিৰাঙত দুজন চিকিৎসকসহ এগৰাকী নাৰ্চক নিলম্বন

চিকিৎসালয়তে সুৰাপান কৰি নিলম্বিত ২ চিকিৎসক, চিৰাঙত দুজন চিকিৎসকসহ এগৰাকী নাৰ্চক নিলম্বন

চিকিৎসালয়তে সুৰাপান কৰি নিলম্বিত ২ চিকিৎসক

চিৰাঙত দুজন চিকিৎসকসহ এগৰাকী নাৰ্চক নিলম্বন

কৰ্তব্যৰত অৱস্থাত চিকিৎসালয়ৰ কোঠাত কৰিছিল সুৰাপান

JSB অসামৰিক চিকিৎসালয়ৰ কোঠাত কৰিছিল সুৰাপান

নিলম্বন ডাঃ দ্বীপেন কলিতাক, ডাঃ খ্ৰীষ্টান ব্লেছিং

নাৰ্চ নিধি পালকো নিলম্বন

চিৰাং জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালিকাৰ নিৰ্দেশত নিলম্বন

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.