Assamleatest updatepolitical

সমাপ্ত বিজেপিৰ ক’ৰ কমিটীৰ বৈঠক; বৈঠকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

বৈঠকত লোকসভা নিৰ্বাচনক লৈ আলোচনা

সমাপ্ত বিজেপিৰ ক’ৰ কমিটীৰ বৈঠক

বাজপেয়ী ভৱনত সম্পন্ন বৈঠক

লোকসভা নিৰ্বাচনক লৈ আলোচনা

বিজেপিৰ ছ’চিয়েল মিডিয়াত গুৰুত্ব আৰোপ

সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত দলটোৰ তৎপৰতা

দলটোক আগুৱাই নিয়াৰ পৰিকল্পনা নেতৃত্বৰ

বৈঠকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজু

উপস্থিত ৰাজ্যিক সভাপতি ভবেশ কলিতা

কৰ্ণধাৰ সমিতিৰ সকলো বিষয়ববীয়া উপস্থিত বৈঠকত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.