Assamleatest updatenationalআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰিভাৰত

সামুদ্ৰিক ঘূৰ্ণিৰ প্ৰকোপত পুনৰ বানত বুৰ গ’ল চেন্নাই চহৰ….

সামুদ্ৰিক ঘূৰ্ণিৰ প্ৰকোপত পুনৰ বানত বুৰ গ’ল চেন্নাই চহৰ

সামুদ্ৰিক ঘূৰ্ণিৰ প্ৰকোপত পুনৰ বানত বুৰ গ’ল চেন্নাই চহৰ। মিছৌং ঘূৰ্ণি বতাহৰ প্ৰকোপত মুষলধাৰ বৰষুণ তামিলনাডু আৰু পুডুচেৰীত। ধাৰাষাৰ বৰষুণৰ ফলত চেন্নাইৰ চেংগালপাট্টু, কাঞ্চিপুৰম, নাগাপাট্টিনম আৰু কাডাৰোৰ জিলাত জলমগ্ন হৈছে বিস্তীৰ্ণ অঞ্চল। চেন্নাই চহৰৰ অধিকাংশ এলেকাই বুৰ গৈছে পানীত।

পানীৰ সোঁতত উটি গৈছে যান–বাহন। যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে স্তব্ধ হৈছে। শিক্ষা প্ৰতিষ্ঠান, চৰকাৰী কাৰ্যালয় আদি বন্ধ ৰখা হৈছে বানপানীৰ ফলত। ৫ হাজাৰটা আশ্ৰয় শিবিৰো স্থাপন কৰা হৈছে তামিলনাডুৰ উপকুলীয় জিলাসমূহত।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.