Social

২১ বছৰীয়া প্ৰেমিক, ৫২ বছৰীয়া প্ৰেমিকা! বিবাহ বহিল দুয়ো।

বহুতে যুটিটোক দেখি সুধিলে দুয়ো বিয়া কৰাইছে লেকি? য'ত দুয়োজনে মান্তি হয় আৰু প্ৰত্যুত্তৰ দিয়ে যে হয় আমি বিয়া হৈছো। চাওক ভিডিঅ...

এটা ব্যতিক্ৰমী যুটি। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এহাল দৰা-কইনা। এই ব্যতিক্ৰমী যুটিটো দেখি আচৰিত হৈ পৰিব আপুনিও। দৰা যথেষ্ট কম বয়সীয়া হোৱা বিপৰীতে কইনা এগৰাকী জ্যেষ্ঠ মহিলা। বহুতে যুটিটোক দেখি সুধিলে দুয়ো বিয়া কৰাইছে লেকি? য’ত দুয়োজনে মান্তি হয় আৰু প্ৰত্যুত্তৰ দিয়ে যে হয় আমি বিয়া হৈছো। প্ৰেমত কোনো বয়সৰ সীমা নাথাকে বুলিও যুৱকজনে মন্তব্য় কৰিছে। আনহাতে তেওঁৰ কইনাই ক’লে, ‘তেওঁৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে।’ তাৰ পিছত যুৱকজনক তেওঁৰ বয়স কিমান বুলি সোধা হয়। কোনো সংকোচ নকৰাকৈয়ে তেওঁ নিজৰ বয়স প্ৰকাশ কৰিলে। দৰা ২১ বছৰ, আৰু তেওঁৰ কইনাৰ বয়স ৫২ বছৰ। আৰু ইয়াৰ লগে লগে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ। চাওক ভিডিঅ…

https://www.facebook.com/amitkchaturvedi/videos/5601505923238669/?t=0

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + seventeen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.