অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

মহানগৰীৰ পল্টনবজাৰৰ হোটেল ত্ৰিমূৰ্তিত উদ্ধাৰ মহিলাৰ মৃতদেহ

পল্টনবজাৰৰ হোটেল ত্ৰিমূৰ্তিত উদ্ধাৰ মহিলাৰ মৃতদেহ

মহানগৰ আৰক্ষীৰ জালত মূল অভিযুক্ত

ঘটনাৰে জড়িত এজনক গ্ৰেপ্তাৰ পল্টনবজাৰ আৰক্ষীৰ

বৰপেটাৰ পৰা বাবুল আহমেদ নামৰ এজনক গ্ৰেপ্তাৰ

বুধবাৰে হোটেলৰ কোঠাত উদ্ধাৰ হৈছিল মৃতদেহ

মৃতদেহটো বৰপেটাৰ আমবাৰীহাটীৰ জিণ্টি বায়ন চৌধুৰী

বৰপেটাৰোডৰ TVS ডিলাৰত কাম কৰিছিল মহিলাগৰাকীয়ে

এতিয়াও ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.