অৰ্থনৈতিকআন্তঃৰাষ্ট্ৰীয়

আৰ্থিকভাৱে জুৰুলা ভাৰতৰ চুবুৰীয়া দেশ, পেট্ৰ’ল পাম্পত নাই ইন্ধন!

বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰৰ নাটনি হোৱা বাবে সদায় ব্যবহাৰ কৰা পেট্ৰ’ল-ডিজেল ক্ৰয় কৰিবলৈ ধনৰ নাটনি হৈছে দেশখনৰ। ফলত দেশখনৰ বহুতো পেট্ৰ’ল পাম্পত অভাৱ হৈছে ইন্ধনৰ। ফৰেক্স ৰিজাৰ্ভ সংকটৰ বাবে এনে অৱস্থা হৈছে দেশখনৰ।

আৰ্থিকভাৱে জুৰুলা ভাৰতৰ চুবুৰীয়া দেশ শ্ৰীলংকাৰ। বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰৰ নাটনি হোৱা বাবে সদায় ব্যবহাৰ কৰা পেট্ৰ’ল-ডিজেল ক্ৰয় কৰিবলৈ ধনৰ নাটনি হৈছে দেশখনৰ। ফলত দেশখনৰ বহুতো পেট্ৰ’ল পাম্পত অভাৱ হৈছে ইন্ধনৰ। ফৰেক্স ৰিজাৰ্ভ সংকটৰ বাবে এনে অৱস্থা হৈছে দেশখনৰ।

যিকেইটা পেট্ৰ’ল পাম্পত ইন্ধন উপলদ্ধ হয়, তাতো লোকৰ দীঘলীয়া শাৰী শাৰী পৰিলক্ষিত হৈছে। শ্ৰীলংকা চৰকাৰে দেশখনৰ এনে অৱস্থাৰ কথা নিজেই প্ৰকাশ কৰিছে।

শ্ৰীলংকাৰ বৰ্তমানৰ অৰ্থনৈতিক পৰিস্থিতি ইমানেই ভয়ংকৰ যে দুয়োবিধ ইন্ধনৰ সামগ্ৰীৰ বাবে পৰিশোধ কৰিবলৈ তেওঁলোকৰ ওচৰত পৰ্যাপ্ত আমেৰিকান ডলাৰো নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.