আন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰি

ৰাছিয়াই ইউক্ৰেইনৰ বিচ্ছিন্নতাবাদীসকলৰ দাবীক স্বীকৃতি দিয়াক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ

আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাছিয়াই পূব ইউক্ৰেইনত শান্তি ৰক্ষা অভিযান বুলি কোৱাটো অৰ্থহীন বুলি কয়

ৰাছিয়াই ইউক্ৰেইনৰ বিচ্ছিন্নতাবাদীসকলৰ দাবীক স্বীকৃতি দি ডনেটস্ক আৰু লুহানস্ককলৈ পূব ইউক্ৰেইনক পৃথক ৰাষ্ট্ৰৰ মান্যতা দিয়াক লৈ এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাছিয়াই পূব ইউক্ৰেইনত শান্তি ৰক্ষা অভিযান বুলি কোৱাটো অৰ্থহীন বুলি কয়। আৰু কয় যে মস্কোৱে বিচ্ছিন্ন অঞ্চলসমূহক স্বতন্ত্ৰ হিচাপে স্বীকৃতি দিয়াটো যুদ্ধৰ অজুহাতৰ অংশহে।

উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰই পূব ইউক্ৰেইনৰ বিদ্ৰোহী অঞ্চলসমূহৰ বিৰুদ্ধে বিত্তীয় নিষেধাজ্ঞা ঘোষণা কৰিছে আৰু লগতে সতৰ্ক কৰি দিছে যে প্ৰয়োজন হ’লে পৰৱৰ্তী পদক্ষেপ ল’বলৈ সাজু৷ হোৱাইট হাউছৰ এই বিবৃতিযোগে এই কথা জানিব পৰা গৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.