অপৰাধঅসমগুৱাহাটী

সম্পত্তিৰ লালসাত মহানগৰীত পুনৰ নৃশংস হত্যাকাণ্ড

৬০ঊৰ্ধৰ মহিলাক হত্যা কৰি দুৰ্বৃত্তই লুটি নিলে ধন, সোণ...

মহানগৰীত পুনৰ নৃশংস হত্যাকাণ্ড

৬০ঊৰ্ধৰ মহিলাক হত্যা দুৰ্বৃত্তৰ

নিহত মহিলাগৰাকী কালাপাহাৰৰ অনু হাজৰিকা

গোপীনাথ নগৰৰ তাৰা হীৰা কমপ্লেক্সৰ স্বত্বাধিকাৰী অনু

দুৰ্বৃত্তই আচবাব ভাঙি লুটি লৈ যায় ধন, সোণ

ঘটনাস্থলীত উপস্থিত উচ্চ পৰ্যায়ৰ আৰক্ষী

বৰ্তমানলৈকে শুংসূত্ৰ পোৱা নাই আৰক্ষীয়ে

কমপ্লেক্সটোত অকলশৰে বাস কৰিছিল মহিলাগৰাকী

৫ বছৰ পূৰ্বে মৃত্যু হৈছিল মহিলাগৰাকীৰ স্বামীৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.