Covid-19অসমআঞ্চলিক

মহানগৰীত পুনৰ ক’ভিডৰ ভয়াবহতা; পৰীক্ষা কৰা ৪৮জনৰ ১১ জনে ক’ভিড পজিটিভ

স্বতন্ত্ৰ সেনা ভৱনত ক’ভিড ১৯ পৰীক্ষা কৰা হৈছিল তাৰে অধীক্ষক কাৰ্যালয়ৰ ৪৮ জন কৰ্মচাৰীৰ ভিতৰত ১১ জনেই ক’ভিড পজিটিভ

ক’ভিড ১৯ৰ প্ৰকোপ বৃদ্ধি হোৱাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰীৰ বিশেষ সতৰ্কতা কোষটোক সাত দিনৰ বাবে মাইক্ৰ’ কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে।

খবৰ অনুসৰি, গুৱাহাটীৰ ৰূপনগৰৰ স্বতন্ত্ৰ সেনা ভৱনত ক’ভিড ১৯ পৰীক্ষা কৰা হৈছিল তাৰে অধীক্ষক কাৰ্যালয়ৰ ৪৮ জন কৰ্মচাৰীৰ ভিতৰত ১১ জনেই ক’ভিড পজিটিভ।

প্ৰশাসনে জাননী জাৰি কৰিছে যে, কণ্টেইনমেণ্ট জ’নত যিকোনো অননুমোদিত ব্যক্তি প্ৰৱেশ আৰু প্ৰস্থান পৰৱৰ্তী সাত দিনৰ বাবে নিষিদ্ধ কৰা হৈছে।

অধিসূচনাখনত প্ৰতিৰোধ ক্ষেত্ৰৰ সীমাসমূহ হ’ল :

উত্তৰ – এএছটিচি কৰ্মশালা

দক্ষিণ – জিএমচি ৰোড

পূব – শ্ৰীমন্তপুৰ ৰোড

পশ্চিম – ৰূপনগৰ মেইন ৰোড

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.