অসমআঞ্চলিকগুৱাহাটীপৰ্যটনভাৰত

কাজিৰঙাত ১৪৪ ধাৰা! বন্ধ থাকিব দোকান- পোহাৰো।

আজিৰে পৰা ৮ এপ্ৰিললৈ অসম ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ

তিনিদনীয়া ভ্ৰমণসূচীৰৈ আজি অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ। আজিৰে পৰা ৮ এপ্ৰিললৈ অসম ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি গৰাকীয়ে। ৭এপ্ৰিলত অংশ ল’ব কাজিৰঙাৰ গজ মহোৎসৱত। আনন্দ ল’ব কাজিৰঙাৰ জীপ ছাফাৰি, হাতী চাফাৰিৰ। গুৱাহাটীত শুভাৰম্ভ কৰিব কাঞ্চনজংঘা পৰ্বত অভিযান। অংশ ল’ব গৌহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীতো।

উল্লেখ্য যে, ৰাষ্ট্ৰপতিৰ আগমক লৈ কাজিৰঙাত ১৪৪ ধাৰা জাৰি কৰিছে প্ৰশাসনে। কাজিৰঙাৰ মুল কেন্দ্ৰস্থল কহঁৰাৰ সকলো দোকান- পোহাৰ, বজাৰ- সমাৰ বন্ধ ঘোষণা কৰিছে গোলাঘাট জিলাৰ উপায়ুক্তই। ৰাষ্ট্ৰপতিৰ আগমনৰ বাবে বন্ধ কৰা হৈছে ড্ৰোণৰো চলাচল।বন্ধ কৰা হৈছে চাফাৰী। দুদিনীয়া বিভিন্ন কাৰ্যসূচীৰে কেন্দ্ৰীয় বন মন্ত্ৰালয়ৰ অধীনত হস্তী প্ৰকল্পৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত কাজিৰঙাৰ তিনি ঠাইত গড উৎসৱ অনুষ্ঠিত কৰাৰ প্ৰস্তুতি যুদ্ধকালীন গতিত চলি আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + 19 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.