অৰ্থনৈতিকঅসমআঞ্চলিকগুৱাহাটীচাকৰি

আজিৰে পৰা ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব বকেয়াসহ দৰমহা।

হেঁপাহৰ ৰঙালী বিহুৰ প্ৰাকক্ষণত চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব প্ৰাপ্য দৰমহাৰ লগতে মৰগীয়া বানচ।

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ সুখবৰ! হেঁপাহৰ ৰঙালী বিহুৰ প্ৰাকক্ষণত চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব প্ৰাপ্য দৰমহাৰ লগতে মৰগীয়া বানচ।

ৰাজ্য় চৰকাৰে কৰ্মচাৰীসকলৰ মাৰ্চ মাহৰ দৰমহা ৬এপ্ৰিল অৰ্থাৎ আজি আদায় দিবলৈ নিৰ্দেশ দিছে। লগতে কৰ্মচাৰীসকলে ৪% অতিৰিক্ত মৰগীয়া বানচো দৰমহাসহ লাভ কৰিব। একেলগে মোকলাই দিয়া হৈছে ৩ মাহৰ ৪ শতাংশ বকেয়া বানচো। কোষাগাৰলৈ দৰমহা মুকলিৰ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.