অপৰাধঅসমঅসম আৰক্ষী

ৰাজ্যত পুনৰ এনকাউণ্টাৰ, গুলীবিদ্ধ অপৰাধী জাহিৰ আলী ওৰফে ভুত্তু

বহু অসামাজিক চক্ৰৰে জড়িত জাহিৰ আলী

ৰাজ্যত পুনৰ আৰক্ষীৰ গুলীচালনা। বিশ্বনাথত পুৱতি নিশা অপৰাধীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী।

আৰক্ষীৰ গুলীত গুলীবিদ্ধ জাহিৰ আলী ওৰফে ভুত্তু। বহু অসামাজিক চক্ৰৰে জড়িত জাহিৰ আলী। নকল টকাৰ স্থান দেখুৱাবলৈ নিয়াৰ সময়তে গুলীবিদ্ধ অপৰাধী জাহিৰ।

জাহিৰে পলায়নৰ চেষ্টা চলাওতেই গুলীচালনা কৰে আৰক্ষীয়ে। সংকটজনক অৱস্থাত ভুত্তুক প্ৰেৰণ কৰা হয় হাস্পতাললৈ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.