AssamCity newsCMO Assamnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

মোদীৰ আগমনক লৈ যোৰহাটত যুদ্ধকালীন প্ৰস্তুতি, দুদিনীয়া কাৰ্যূসচীৰে ৮ মাৰ্চত অসমলৈ প্ৰধানমন্ত্ৰী…..

মোদীৰ আগমনক লৈ যোৰহাটত যুদ্ধকালীন প্ৰস্তুতি

সকলো হোটেল, ল’জ, ৰিজ’ৰ্টৰ কোঠা বুকিং প্ৰশাসনৰ

৭ মাৰ্চৰ পৰা ১০ মাৰ্চলৈকে বুক কৰা হৈছে হোটেলৰ কোঠা

দুদিনীয়া কাৰ্যূসচীৰে ৮ মাৰ্চত অসমলৈ প্ৰধানমন্ত্ৰী

কাজিৰঙা আৰু যোৰহাটত আছে প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী

যোৰহাটত ড্ৰোন উৰুওৱাত নিষেধাজ্ঞা প্ৰশাসনৰ

ঠায়ে ঠায়ে গঢ়ি তোলা হৈছে কঠোৰ নিৰাপত্তা বেহু

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.