অপৰাধঅসম

হাইলাকান্দিত অবৈধ ছিণ্ডিকেটৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

মেঘালয়ৰ পৰা অবৈধভাবে কয়লা সৰবৰাহ কৰাৰ অভিযোগ!

হাইলাকান্দি জিলাত অবৈধ ছিণ্ডিকেটৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।

বুধবাৰৰ নিশা হাইলাকান্দি আৰক্ষীয়ে জব্দ কৰিলে ৭খনকৈ কয়লা পৰিবাহী ট্ৰাক। পাচগ্ৰাম আৰু কাটাখাল আৰক্ষী চকীৰ আৰক্ষীৰ যৌথ অভিযানত জব্দ ৬খনকৈ ট্ৰাক। ইয়াৰ ভিতৰতে এখন ট্ৰাকৰ নাই চালানসহ কোনো নথিপত্ৰ।

মেঘালয়ৰ পৰা অবৈধভাবে কয়লা সৰবৰাহ কৰাৰ অভিযোগ। জব্দকৃত ট্ৰাকখনৰ নম্বৰ WB-39B-4203। কিন্তু জব্দকৃত ৬ খন ট্ৰাকৰ চালান আৰু প্ৰয়োজনীয় নথি পত্ৰ দেখুৱালেও নথি পৰীক্ষাৰ বাবে আবদ্ধ কৰি ৰাখিছে বুলি জনায় পাচগ্ৰাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিধান দাসে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + 19 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.