অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

মহানগৰীৰ চচলত KMSSৰ প্ৰতিবাদী সভা, ভূমি আন্দোলনৰ শ্বহীদক স্মৰণ প্ৰতিবাদী সভাৰ

মহানগৰীৰ চচলত KMSSৰ প্ৰতিবাদী সভা

ভূমি আন্দোলনৰ শ্বহীদক স্মৰণ প্ৰতিবাদী সভাৰ

শিলসাঁকোৰ উচ্চেদিতক পুনৰ সংস্থাপনৰ দাবী

বি‍ভিন্ন চৰকাৰবিৰোধী শ্ল’গান প্ৰতিবাদকাৰীৰ

দিছপুৰ আৰক্ষীৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ

উল্লেখ্য যে ২০১১ চনৰ ২২ জুনত ভূমি অধিকাৰ আন্দোলনত বীৰেন কলিতা, শিৱ কুমাৰ চৌহান, জেৰিনা বেগম আৰু ৰুহুল আলিকে ধৰি চাৰিজন প্ৰতিবাদী শ্বহীদ হৈছিল। তেতিয়াৰে পৰা বিজেপি আৰু কংগ্ৰেছ চৰকাৰে খিলঞ্জীয়াক ভূমি পট্টন দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আজিলৈকে ভূমি পট্টন নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.