অসমদুৰ্ঘটনাদৈনিক বাতৰি

তিনিচুকীয়াত ভয়ংকৰ দুৰ্ঘটনা! শ্ৰমিকৰ ওপৰেৰে চলিল দ্ৰুতবেগী গাড়ী

তিনিচুকীয়াত ভয়ংকৰ দুৰ্ঘটনা! শ্ৰমিকৰ ওপৰেৰে চলিল দ্ৰুতবেগী গাড়ী

শ্ৰমিকৰ ওপৰেৰে চলিল দ্ৰুতবেগী গাড়ী। তিনিচুকীয়াৰ ডিকম বাইপাছত ভয়ংকৰ দুৰ্ঘটনা। ৩ চাহ শ্ৰমিকক মহটিয়ালে ছুইফট ডিজায়াৰে। ঘটনাস্থলীতে দুগৰাকী মহিলা শ্ৰমিকৰ মৃত্যু।AMCHত মৃত্যু আন এগৰাকী মহিলা শ্ৰমিকৰ।

নিহত কেইগৰাকী মীনা বেদিয়া, ৰীতা বেদিয়া, সুনীতা ভট্টা।দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন বাহনখনৰ চালকৰ।ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনা।শতাধিক চাহ শ্ৰমিকৰ ৰাজপথত প্ৰতিবাদ।আৰক্ষীৰ আচৰণত ক্ষুব্ধ প্ৰতিবাদী চাহ শ্ৰমিক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.