leatest updateঅসমদৈনিক বাতৰি

নিশাৰে পৰা অবৈধ ক’লা সাম্ৰাজ্য বিৰুদ্ধে অভিযান চলিব লখিমপুৰত!

ক’লা বেহাৰে জড়িত কোনো অপৰাধী সাৰি নাযায় বুলি মন্তব্য SP আনন্দ মিশ্ৰৰ।

লখিমপুৰত উপস্থিত নতুন SP আনন্দ মিশ্ৰ। আজি নিশাৰে পৰা অবৈধ ক’লা সাম্ৰাজ্য বিৰুদ্ধে অভিযান চলাব লখিমপুৰৰ নতুন SP আনন্দ মিশ্ৰই। আনন্দ মিশ্ৰৰ আগমনে ত্ৰাসৰ সৃষ্টি কৰিছে বঙলামৰা, বৰচলা, নাওবৈচাৰ নকল সোণ, নকল টকাৰ ব্যৱসায়ীৰ মাজত।

ক’লা বেহাৰে জড়িত কোনো অপৰাধী সাৰি নাযায় বুলি মন্তব্য লখিমপুৰৰ নতুন SP আনন্দ মিশ্ৰৰ লগতে কাৰো লগতে মিলামিছা নহব বুলিও মন্তব্য কৰিছে তেওঁ SP আনন্দ মিশ্ৰই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.