অপৰাধঅসমদুৰ্ঘটনা

অৱশেষত গ্ৰেপ্তাৰ হ’ল নভনীল বৰুৱা

কোনো অসুস্থতা নোহোৱাকৈয়ে ৰাজকন্যাক আই চি ইউত ভৰ্তি কৰোৱাৰ অভিযোগ নৱনীল বৰুৱাৰ বিৰুদ্ধে

অৱশেষত গ্ৰেপ্তাৰ হ’ল নভনীল বৰুৱা। দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ডাঃ বৰুৱাক। কোনো অসুস্থতা নোহোৱাকৈয়ে ৰাজকন্যাক বৰুৱাক আই চি ইউত ভৰ্তি কৰোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হ’ল নৱনীল বৰুৱাক।

উল্লেখ্য যে, কিছুদিন পূৰ্বে গুৱাহাটীৰ ৰাজপথত ৰাজকন্যা বৰুৱাই সংঘটিত কৰিছিল ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত ৮ জনকৈ শ্ৰমিক আহত হোৱাৰ লগতে এজন শ্ৰমিকৰ কাটিবলগীয়া হৈছিল দুয়োখন ভৰি। এই ঘটনাত সাঙুৰ খাইছে চিকিৎসক নৱনীল বৰুৱাৰ নামো। দুৰ্ঘটনা সংঘটিত কৰাৰ পাছত কোনো অসুস্থতা নোহোৱাকৈয়ে নৱনীল বৰুৱাই ৰাজকন্যাক বৰুৱাক আই চি ইউত ভৰ্তি কৰোৱাৰ অভিযোগ উত্থাপন হৈছিল।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.