অসমজীৱনশৈলীজ্যোতিৰ্বিজ্ঞান

১৮ ফেব্ৰুৱাৰীৰ পৰা শনিয়ে ভাগ্য সলনি কৰিব এইকেইটা ৰাশিৰ! লাভ কৰিব বিশেষ সুফল…

১৮ ফেব্ৰুৱাৰীৰ পৰা শনিয়ে নক্ষত্ৰ সলনি কৰিব। যাৰ ফলত কেইতামান ৰাশিয়ে লাভ কৰিব বিশেষ সুফল। ১৮ ফেব্ৰুৱাৰীৰ পৰা ২০২৩ৰ ১৫ মাৰ্চলৈ শনি ধনিষ্ঠা নক্ষত্ৰত ভ্ৰমণ কৰিব। এই সময়ত শনিৰ প্ৰভাৱত ৪টা ৰাশিৰ লোকৰ জীৱনলৈ আহিব পাৰে সৌভাগ্য।

১৮ ফেব্ৰুৱাৰীৰ পৰা শনিয়ে নক্ষত্ৰ সলনি কৰিব। যাৰ ফলত কেইতামান ৰাশিয়ে লাভ কৰিব বিশেষ সুফল। ১৮ ফেব্ৰুৱাৰীৰ পৰা ২০২৩ৰ ১৫ মাৰ্চলৈ শনি ধনিষ্ঠা নক্ষত্ৰত ভ্ৰমণ কৰিব। এই সময়ত শনিৰ প্ৰভাৱত ৪টা ৰাশিৰ লোকৰ জীৱনলৈ আহিব পাৰে সৌভাগ্য।

মেষ ৰাশি(Aries) – মেষ ৰাশি হৈছে মঙল গ্ৰহৰ ৰাশি আৰু ধনিষ্ঠা নক্ষত্ৰৰ শ্বামীও হৈছে মঙল গ্ৰহ। সকলোফালৰ পৰা লাভদায়ক হ’ব মেষ ৰাশি। আৰ্থিক অনাটন দূৰ হোৱাৰ লগতে চাকৰিতো পদোন্নতিৰ যোগ। ব্যৱসায়ীসকলৰ বাবেও শুভ।

 

 

বৃশ্চিক ৰাশি(Scorpio)-  বৃশ্চিক ৰাশিৰ স্বামী গ্ৰহ হৈছে মঙল আৰু ধনিষ্ঠা গ্ৰহৰো স্বামী গ্ৰহ হৈছে মঙল। সেয়ে বৃশ্চিক ৰাশিৰ বাবেও এই সময় অতি লাভদায়ক। আৰ্থিক স্থিতি মজবুট হোৱাৰ লগতে ঋণৰ পৰা ৰেহাইৰ আশা। উপাৰ্জনো বৃদ্ধি হ’ব।

 

 

মকৰ ৰাশি(Capricorn) – মকৰ ৰাশি স্বামী হৈছে শনি। সেয়ে মকৰ ৰাশিৰ লোকৰ বাবে এই সময়খিনি শুভ হ’ব। স্বাস্থ্য ভাললৈ আহিব আৰু দুশ্চিন্তা দূৰ হ’ব। কৰ্মক্ষেত্ৰত বিভিন্নজনৰ সহযোগ লাভ কৰিব। যাত্ৰাৰ শুভ। ধন জমা হ’ব।

 

 

কুম্ভ ৰাশি(Aquarius)- কুম্ভ ৰাশিৰো স্বামী হৈছে শনি, সেয়ে এই ৰাশিৰ লোকৰ বাবেও এই সময়খিনি সুফলদায়ক হ’ব। কৰ্মস্থলীত পৰিৱেশ উন্নত হ’ব। ব্যৱসায়ত লাভ বৃদ্ধি পাব। জীৱনত নতুন গতি লাভ কৰিব পাৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.