অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

১০ মে’ত অনুষ্ঠিত হ’ব কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন…

নিৰ্বাচনলৈ ১১ দিন বাকী থকা অৱস্থাত প্ৰধানমন্ত্ৰীৰ প্ৰচাৰ অভিযান....

১০ মে’ত অনুষ্ঠিত হ’ব কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন

নিৰ্বাচনলৈ ১১ দিন বাকী থকা অৱস্থাত প্ৰধানমন্ত্ৰীৰ প্ৰচাৰ অভিযান

শনিবাৰে কৰ্ণাটকৰ বীদৰ জিলাত প্ৰধানমন্ত্ৰীৰ বিশাল জনসভা

প্ৰচাৰ অভিযানত বিৰোধী কংগ্ৰেছক তুলাধূনা প্ৰধানমন্ত্ৰীৰ

বিগত সময়ত ৯১ বাৰকৈ প্ৰধানমন্ত্ৰীক কংগ্ৰেছে গালি দিয়াৰ অভিযোগ

‘গালি দিয়াৰ সলনি গুড গভৰ্ণেন্সত গুৰুত্ব দিলে এই অৱস্থা নহ’লহেঁতেন’

গালিৰ শব্দকোষত সময় নষ্ট নকৰিলে কংগ্ৰেছৰ দুৰ্দশা নহ’লহেঁতেন বুলি কটাক্ষ PMৰ

শেহতীয়াভাৱে কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে কৰিছিল অপ মন্তব্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিষাক্ত সাপৰে তুলনা কৰিছিল খাৰ্গেই

কৰ্ণাটকত ডাবল ইঞ্জিনৰ চৰকাৰৰ প্ৰয়োজন বুলি মন্তব্য মোদীৰ

অহা দুদিনৰ ভিতৰত ৬খন জনসভাত অংশ ল’ব মোদীয়ে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.