অপৰাধ

নাৰায়ণ চক্ৰৱৰ্তীৰ হত্যাকাণ্ডৰ নতুন মোৰ, ঘটনা সন্দৰ্ভত ৪ জনক আটক আৰক্ষীৰ

নাৰায়ণ চক্ৰৱৰ্তীৰ হত্যাকাণ্ড সন্দৰ্ভত ৪ জনক আটক কৰিছে আৰক্ষীয়ে। আটক নাৰায়ণ চক্ৰৱৰ্তীৰ পত্নী মৌচুমী চক্ৰৱৰ্তী, জ্যেষ্ঠ কন্যা বৃষ্টি  চক্ৰৱৰ্তী। স্থানীয়…

Read More »

ৰে’লৱে কলনীৰ কোৱাৰ্টাৰত উদ্ধাৰ মৃতদেহ, কোনে হত্যা কৰিলে নাৰায়ণ চক্ৰৱৰ্তীক?

পল্টন বজাৰৰ কালিবাৰিত হত্যাকাণ্ডৰ ঘটনা। নাৰায়ন চক্ৰৱৰ্তী নামৰ এগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ। ৰে’লৱে কলনীৰ সঞ্জীৱ চৌধুৰীৰ কোৱাৰ্টাৰত উদ্ধাৰ মৃতদেহটো। বুধবাৰে…

Read More »

বিয়াত বহিবলৈ অস্বীকাৰ কৰাৰ বাবে ১৮ বাৰ চুৰিকাঘাত কৰিলে যুৱকে

এগৰাকী যুৱতীয়ে বিয়া হ’বলৈ অস্বীকাৰ কৰাৰ পিছত প্ৰেমিকে ১৮ বাৰকৈ কৰিলে চুৰিকাঘাত। এই কাণ্ডই বুধবাৰে জোকাৰি গৈছে সমগ্ৰ হায়দৰাবাদ। অভিযুক্তই…

Read More »

বিদায় যোছেফ, এই পৃথিৱী তোমাৰ নাছিল!

এই পৃথিৱী বৰ নিষ্ঠুৰ। তাতোকৈ নিষ্ঠুৰ নিয়তি। সকলোবোৰ নিয়তিৰেই খেলা। অৱশেষত কঠোৰ নিয়তিৰ ওচৰত হাৰ মানি জীৱনৰ পৰা মেলানি মাগিলে…

Read More »

ৰাজকন্যাৰ গাড়ীৰ খুন্দাত দুয়োখন ভৰি হেৰুৱা যোছেফ মাৰাকে অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে

অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে যোছেফ মাৰাকে। সুৰামত্ত অৱস্থাত গাড়ী চলোৱা ৰাজকন্যাৰ গাড়ীৰ খুন্দাত দুয়োখন ভৰি হেৰুৱাইছিল যোছেফ মাৰাক নামৰ…

Read More »

নগাঁৱৰ উৰিয়ামগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত হয় ২জনকৈ বাইক আৰোহী

নগাঁৱৰ উৰিয়ামগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকে ২জনকৈ বাইক আৰোহীক মহটিয়াই নিয়াৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী ২জন। ট্ৰাকখনৰ…

Read More »

কিডনীৰ বিনিময়ত চৰকাৰী চাকৰিৰ অফাৰ! চাকৰিৰ আশাত কিডনী দান কৰি বিপদত এইজন যুৱক…

চৰকাৰী চাকৰিৰ প্ৰলোভন দি বৃক্কৰ ব্যৱসায়ত নামিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড(APDCL)ৰ মুখ্য মহা প্ৰবন্ধকৰ আত্মীয়। চাকৰিৰ আশাত APDCLৰ মুখ্য…

Read More »

উচ্ছেদিতৰ মাজতে সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতি! উত্তেজিত লোকে প্রহাৰ কৰিলে এজনক

লামডিং সংৰক্ষিত বনাঞ্চলত বেদখলকাৰী উচ্ছেদ অভিযান অব্যাহত আছে। আজি দ্বিতীয় দিনাৰ বাবে প্ৰশাসনে চলাইছে বেদখল।  প্ৰশাসনে উচ্ছেদ অভিযান চলাই থকাৰ…

Read More »

সাৱধান! আপুনি ক্ৰয় কৰি মিনাৰেল ৱাটাৰ বুলি খাই থকা পানী দমকল আৰু কুৱাৰ পানীহে।

সাৱধান! আপুনি ক্ৰয় কৰি মিনাৰেল ৱাটাৰ বুলি খাই থকা পানী দমকল আৰু কুৱাৰ পানীহে। মহানগৰীত খোৱাপানীৰ নামত বৰবিহ। মিনাৰেল ৱাটাৰৰ…

Read More »

নিৰ্লজ্জ কাণ্ড! ড্ৰাগছ সেৱন কৰি অহা পুত্ৰই প্ৰাণে মৰাৰ ভাবুকিৰে নিজৰেই জন্মদাত্ৰী মাতৃক কৰিলে ধৰ্ষণ

সমাজক লজ্জানত কৰা এক ঘটনাই জোকাৰিছে সমগ্ৰ ৰাজ্য। মাতৃ-পুত্ৰৰ পবিত্ৰ সম্বন্ধত কালিমা সানি পুত্ৰই সংঘটিত কৰিলে জঘন্য কাণ্ড। পোহৰৰ উৎসৱ…

Read More »
Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.