অপৰাধ

ৰে’লৱে কলনীৰ কোৱাৰ্টাৰত উদ্ধাৰ মৃতদেহ, কোনে হত্যা কৰিলে নাৰায়ণ চক্ৰৱৰ্তীক?

নাৰায়ন চক্ৰৱৰ্তী নামৰ এগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ

পল্টন বজাৰৰ কালিবাৰিত হত্যাকাণ্ডৰ ঘটনা।

নাৰায়ন চক্ৰৱৰ্তী নামৰ এগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ।

ৰে’লৱে কলনীৰ সঞ্জীৱ চৌধুৰীৰ কোৱাৰ্টাৰত উদ্ধাৰ মৃতদেহটো।

বুধবাৰে নিশাৰ পৰা সঞ্জীৱ চৌধুৰীৰ কোৱাৰ্টাৰত আছিল মৃত নাৰায়ণ চক্ৰৱৰ্তী।

এতিয়াও জানিব পৰা হোৱা নাই হত্যাকাণ্ডৰ কাৰণ।

ঘটনাস্থলীত উপস্থিত লতাশিল আৰক্ষী।

ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + 20 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.