assam policeleatest updatenational

গ্ৰেপ্তাৰ হ’ব দুৰ্নীতি নিবাৰক শাখাৰ প্ৰাক্তন বিষয়া সন্তোষ কুমাৰ চৌধুৰী!

ব্লেক মেইলিঙৰে ধন আহৰণৰ অভিযোগ সন্তোষ কুমাৰ চৌধুৰীৰ বিৰুদ্ধে....

পুনৰ বিতৰ্কত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখা
শীঘ্ৰেই গ্ৰেপ্তাৰ হ’ব দুৰ্নীতি নিবাৰক শাখাৰ প্ৰাক্তন বিষয়া
গ্ৰেপ্তাৰ হ’ব পাৰে সন্তোষ কুমাৰ চৌধুৰী
মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষত বিষয়াগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু
বিষয়াগৰাকীৰ বিৰুদ্ধে আয়তকৈ ২০০ গুণ সম্পত্তিৰ অভিযোগ
গ্ৰেপ্তাৰৰ ভয়ত অগ্ৰিম জামিনৰ বাবে আদালতত আবেদন চৌধুৰীৰ
গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰে অগ্ৰিম জামিন আবেদন
বহু লোকৰ পৰা ব্লেক মেইলিঙৰে ধন আহৰণৰ অভিযোগ চৌধুৰীৰ বিৰুদ্ধে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.