অপৰাধ

পিতৃৰ হাততে ধৰ্ষিত ১২ বছৰীয়া কিশোৰী

পিতৃৰ হাততে ধৰ্ষণৰ বলি ১২ বছৰীয়া কিশোৰী

মৰিয়নীত জঘন্য কাণ্ড। নিজ পিতৃৰ হাততে ধৰ্ষণৰ বলি হ’ল ১২ বছৰীয়া কিশোৰী। এমাহ ধৰি নিজ গৃহতে পিতৃৰ দ্ধাৰা ধৰ্ষণৰ বলি হৈ আহিছিল দুৰ্ভগীয়া কিশোৰীগৰাকী। কিশোৰী গৰাকীৰ মাতৃয়ে গোপনে ৰাখিছিল ঘটনাতো। মৰিয়নি নগৰৰ ৬ নম্বৰ ৱাৰ্ডৰ গান্ধী নগৰত সংঘটিত এই চাঞ্চল্যকৰ ঘটনা। কিশোৰীগৰাকীৰ মাহীয়েকৰ এজাহাৰ ভিত্তিত ১৭২/২২ নম্বৰ গোচৰত ভাৰতীয় দণ্ডবিধিৰ৩৪৫ RWSEC 8 OF POSCO আইনৰ অধীনত পিতৃ টিংকু নায়কক গ্ৰেপ্তাৰ মৰিয়নি আৰক্ষীৰ।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.